শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰখনৰ এগৰাকী অক্লান্ত সৈনিক—মকিবৰ ৰহমান।

শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত দীৰ্ঘদিন নিষ্ঠা আৰু দায়িত্বশীলতাৰে সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা মকিবৰ ৰহমান ছিপাঝাৰ বিধানসভা সমষ্টিৰ ঘোঁৰাশাল গাঁৱৰ এগৰাকী সমাজহিতৈষী ব্যক্তি। কেৱল শ্ৰেণীকোঠাৰ শিক্ষাদানতে সীমাবদ্ধ নাথাকি শৈক্ষিক আৰু…

ছিপাঝাৰত সেউজ বিপ্লৱৰ প্ৰয়াস, গছপুলি ৰোপণেৰে প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা প্ৰকৃতি কৰ্মী গোপাল দেৱশৰ্মাৰ

প্ৰকৃতি সংৰক্ষণৰ লক্ষ্যৰে ছিপাঝাৰত গ্ৰহণ কৰা হৈছে এক প্ৰশংসনীয় পদক্ষেপ। ছিপাঝাৰ বাছ আস্থানত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ছিপাঝাৰ পৌৰসভাৰ সহযোগত অসম মালা পথৰ লগতে কেইবাটাও স্থানত গছপুলি ৰোপণ…

ছিপাঝাৰৰ দুনীত মদৰ দোকান বন্ধৰ দাবীত উত্তপ্ত পৰিস্থিতি, পথ অৱৰোধেৰে ৰাইজৰ তীব্ৰ প্ৰতিবাদ

ছিপাঝাৰৰ দুনীত বিলাতী সুৰাৰ দোকান স্থাপনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। দুনীত এখন নতুন সুৰাৰ দোকান স্থাপন কৰাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। সুৰাৰ দোকানখন বন্ধ কৰাৰ…

শুৱালকুছিৰ ফুলবাৰী পাহাৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা।

শুৱালকুছিৰ ফুলবাৰী পাহাৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। বালি কঢ়িওৱা এখন ট্ৰেক্টৰৰ খুন্দাত নিহত হয় এগৰাকী শিপিনী। নিহত লোকজন শুৱালকুছিৰ অমৰ বৈশ্য (৪০) বুলি জানিব পৰা গৈছে। জানিব পৰা…