শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰখনৰ এগৰাকী অক্লান্ত সৈনিক—মকিবৰ ৰহমান।

শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত দীৰ্ঘদিন নিষ্ঠা আৰু দায়িত্বশীলতাৰে সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা মকিবৰ ৰহমান ছিপাঝাৰ বিধানসভা সমষ্টিৰ ঘোঁৰাশাল গাঁৱৰ এগৰাকী সমাজহিতৈষী ব্যক্তি। কেৱল শ্ৰেণীকোঠাৰ শিক্ষাদানতে সীমাবদ্ধ নাথাকি শৈক্ষিক আৰু…

লাংহিনত শ্ৰী শ্ৰী গণেশ পূজা উৎসৱ উদযাপন সমিতিৰ কাৰ্যালয়ৰ শুভ উদ্বোধন

কাৰ্বি আংলং জিলাৰ লাংহিনত আগন্তুক গণেশ চতুৰ্থীক লৈ ব্যাপক প্ৰস্তুতি। লাংহিন বাৰোৱাৰী পূজা মন্দিৰৰ প্ৰাংগণত অহা ১৪ চেপ্তেম্বৰৰ পৰা ১৮ চেপ্তেম্বৰলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব শ্ৰী শ্ৰী গণেশ…

বানৰ সুযোগ লৈ শিৱসাগৰত বাংলাদেশীৰ বেদখলঃ মানসজ্যোতিৰ হত্যাকাৰীক এনকাউণ্টাৰৰ দাবীৰে জাতীয় সংগ্ৰামী সেনাৰ সংবাদ মেল

বানৰ সুযোগ লৈ শিৱসাগৰত বাংলাদেশীৰ বেদখলঃ মানসজ্যোতিৰ হত্যাকাৰীক এনকাউণ্টাৰৰ দাবীৰে জাতীয় সংগ্ৰামী সেনাৰ সংবাদ মেল ৰাজ্যৰ বান পৰিস্থিতিৰ সুযোগ লৈ উজনি অসমত অবৈধ বাংলাদেশীয়ে চলোৱা বেদখল আৰু শেহতীয়াকৈ খিলঞ্জীয়া যুৱক…

পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ BPMU বিলুপ্তিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত গণবিক্ষোভ

পশ্চিম দৰঙৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা ব্লক প্ৰগ্ৰেম মেনেজমেণ্ট ইউনিট অৰ্থাৎ BPMU বিলুপ্ত কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আজি উত্তাল হৈ পৰে বৃহত্তৰ পাথৰুঘাট। শ শ লোকৰ উপস্থিতিত ৰূপায়ণ…

কাজিৰঙাৰ পৰিসৰক লৈ ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ

শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ পৰিসৰ সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কই ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত কৰি তুলিছে। এই বিষয়টোক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আহ্বানমৰ্মে আজি ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী…

শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগ্ৰামী সেনা অসমৰ অৱস্থান ধৰ্মঘট

বানপানীৰ ৰহস্য ফাদিলৰ দাবী​শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ​সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰীসকলে শিৱসাগৰ আৰু চৰাইদেউ জিলাত…

দামপুৰত দুই সন্তানৰ মাতৃক লৈ পলাল দুই সন্তানৰ পিতৃ,লগত নিলে এক লাখ টকা

হাজোৰ দামপুৰত চাঞ্চল্যকৰ ঘটনা। দুই সন্তানৰ পিতৃ ৰিতুল আলীয়ে একে অঞ্চলৰ দুই সন্তানৰ মাতৃ ৰেখা বেগমক পলাই লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে। হাজো থানাৰ অন্তৰ্গত দামপুৰ ২নং সাউদৰবৰীত সংঘটিত হৈছে…

ছিপাঝাৰৰ খলিহৈত ইতিহাস থিয়েটাৰৰ অস্থায়ী কাৰ্যালয় আৰু প্ৰৱেশ পত্ৰ শুভ উন্মোচন

ছিপাঝাৰ সম জিলাৰ খলিহৈত আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ‘ইতিহাস থিয়েটাৰ’ৰ অস্থায়ী কাৰ্যালয় আৰু প্ৰৱেশ পত্ৰ শুভ উন্মোচন কৰা হয়। খলিহৈ আঞ্চলিক ক্ৰীড়া সন্থাৰ সাহায্যাৰ্থে অহা ৩ আৰু ৪ ছেপ্টেম্বৰত খলিহৈ আঞ্চলিক…

ছিপাঝাৰত সেউজ বিপ্লৱৰ প্ৰয়াস, গছপুলি ৰোপণেৰে প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা প্ৰকৃতি কৰ্মী গোপাল দেৱশৰ্মাৰ

প্ৰকৃতি সংৰক্ষণৰ লক্ষ্যৰে ছিপাঝাৰত গ্ৰহণ কৰা হৈছে এক প্ৰশংসনীয় পদক্ষেপ। ছিপাঝাৰ বাছ আস্থানত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ছিপাঝাৰ পৌৰসভাৰ সহযোগত অসম মালা পথৰ লগতে কেইবাটাও স্থানত গছপুলি ৰোপণ…

ছিপাঝাৰৰ দুনীত মদৰ দোকান বন্ধৰ দাবীত উত্তপ্ত পৰিস্থিতি, পথ অৱৰোধেৰে ৰাইজৰ তীব্ৰ প্ৰতিবাদ

ছিপাঝাৰৰ দুনীত বিলাতী সুৰাৰ দোকান স্থাপনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। দুনীত এখন নতুন সুৰাৰ দোকান স্থাপন কৰাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। সুৰাৰ দোকানখন বন্ধ কৰাৰ…