জননেতা’ হেমন্ত কুমাৰ ডেকাৰ মৃ*ত্যু বার্ষিকী উপলক্ষে সোঁৱৰণী অনুষ্ঠান আৰু শ্রদ্ধার্ঘ্য গ্রন্থ উন্মোচনী সভা সম্পন্ন ।
”জননেতা’ হেমন্ত কুমাৰ ডেকাৰ প্রথম মৃ*ত্যু বার্ষিকী উপলক্ষে সোঁৱৰণী অনুষ্ঠান আৰু শ্রদ্ধার্ঘ্য গ্রন্থ উন্মোচনী সভাখন নিজ গৃহত সম্পনৈ হয় ।
ভকত বৈষ্ণৱৰ উপস্থিতিত নাম-প্রসঙ্গ,বন্তি প্রজ্বলন, থিয় নাম প্রদর্শনেৰে আধ্যাত্মিক পৰিৱেশৰ মাজত “হেমন্ত সুবাস” শ্রদ্ধার্ঘ্য গ্রন্থ উন্মোচন কৰে।
